Posts

Showing posts from May, 2020

হার্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত প্রবন্ধ অন্তৰ্ভুক্ত হোৱাৰ অবিস্মৰণীয় অভিজ্ঞতা

এক মে' তাৰিখে ইণ্টাৰনেট চাই থাকোঁতে হঠাৎ হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম ৰ উল্লেখন থকা কউর্চহিৰো ডট কম নামৰ এটা ৱেবচাইটত মোৰ নাম দেখিলোঁ। ৱেবচাইটটো খুলি দেখোঁ যে মোৰ এটা প্রবন্ধ তাত আছে। শ্ৰীমন্ত শংকৰদেৱ-বিষয়ক মোৰ প্রবন্ধ 'ইউনিক্ ফিচাৰচ্ অৱ শ্ৰীমন্ত শংকৰদেৱজ্ ৰিলিজিয়াচ্ ফিলচফি'। কউর্চহিৰো ডট কম ৱেবচাইট টো ত হার্ভার্ড বিশ্ববিদ্যালয়ৰ এক পাঠ্যক্ৰমত সেইটো অন্তর্ভুক্ত কৰা আছে । মনটো আনন্দত ভৰি গ'ল। মোৰ ফে'চবুকৰ একাউন্টত সেই বাতৰিটো দিলো। বহুতো লোকে প্রশংসা কৰি মন্তব্য দিলে। পিছদিনা পুৱাই কাটাৰত থকা প্রেমানন্দ গোস্বামীয়ে ফ'ন কৰি আনন্দ প্ৰকাশ কৰিলে। অলপ সময় পিছত বিশিষ্ট গায়ক, অনুবাদক ৰঞ্জন বেজবৰুৱাই ফ'ন কৰি মোক সুধিলে যে কোনো বাতৰি কাকত বা চেনেলক মই জনাইছোঁ নে নাই। মই যেতিয়া কলোঁ যে কাকো কোৱা নাই, তেতিয়া তেওঁ নিজে কেইবাজনো সংবাদসেৱীক খবৰটো দি বাতৰি কাকতত প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলে। মোৰ প্রবন্ধটোত নিজা অধ্যয়ন আৰু উপলব্ধিৰে কৈছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত জীৱৰ আত্মিক উত্তৰণ ঘটোৱাৰ পথ দেখুওৱা হৈছে। ভক্তি আৰু জ্ঞান মাৰ্গ দুইৰ সমন্বয় ইয়াত ঘটিছে।

Philosophy of Sankaradeva in Harvard curriculum

Image
It is my habit to occasionally check the net for posts about myself. I do this to find out who all are discussing my articles/books or which universities have collected my books for their  libraries . While I was doing it in the afternoon of 1st May, I was pleasantly surprised to see my name in a link of  Harvard University courses. It was in a tutorial website of USA which ran online tuition for different institutions.   Link of Harvard University Course When I opened the site I saw  that Harvard University had included my article on Srimanta Sankaradeva’s Religious Philosophy in their course material for the course RELIGION S-1010 run by the Department of Religion.  The title of the article was " Unique Features of Srimanta Sankaradeva’s Religious Philosophy  ‘ Vivartanavâd a ’:  [Comparison with other Sanâtana Hindu Philosophies]" . It was  uploaded in the facebook gr oup Followers of Srimanta Sankaradeva as a file on 23rd June, 2011. I showed a major characteristi