Posts

Showing posts from 2026

মোৰ নিজৰ বিষয়ে

Image
মোৰ শৈক্ষিক যাত্ৰা ১৯৮১ চনত কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰে আৰম্ভ হৈছিল। তাৰ পিছত ১৯৮৩ চনত মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( JNU) ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। ১৯৯২ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘ইণ্ডাষ্ট্ৰিয়েলাইজেচন ইন এ লেণ্ডলকড এণ্ড ছাবচিষ্টেন্স এগ্ৰিকালচাৰ ইকনমি’ বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰিছিলোঁ।  অসম আন্দোলনৰ সময়ত ১৯৮০ চনত প্ৰথমখন বিদ্যায়তনিক আলোচনা চক্ৰ গুৱাহাটীত অনুষ্ঠিত কৰিছিলোঁ। ১৯৮২ চনত দিল্লী অসমীয়া ছাত্ৰ সন্থাৰ সম্পাদক হৈ থাকোঁতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত অসমৰ বিদেশী অনুপ্ৰবেশৰ সমস্যাৰ বিষয়ে প্ৰচাৰ কৰিছিলোঁ।  নব্বৈৰ দশকত মই অসমৰ সকলো বাতৰি কাকততে স্তম্ভলেখক আছিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু অৱদানক সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰাৰ লক্ষ্যৰে ২০১১ চনত ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল ; আৰম্ভণিৰে পৰা মই ইয়াৰ নেতৃত্ব দি আহিছোঁ। ভাওনাৰ শুদ্ধ আহাৰ্য প্ৰণয়ন , সাঁচিপতীয়া চিত্ৰকলাৰ পুনৰুদ্ধাৰ , প্ৰসঙ্গীয়া বৰগীতক জনপ্ৰিয়কৰণ , শঙ্কৰী সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰা , গ্ৰন্থ প্ৰকাশ , আদি ...

Outlook of Srimanta Sankaradeva

Image
My book "Outlook of Srimanta Sankaradeva" was released in a national seminar held at Bardowa in September 2025. The book has brought out different achievements of the polymath, both in cultural and religious spheres. Srimanta Sankaradeva's works were instrumental in defining the culture of people. He empowered people through culture. He was pioneer in areas like symbolism, drama etc. His contribution extended to national sphere also. His Ankiyā bhāonā were trendsetters in medieval Indian theatre. But some people have been spreading disinformation about him from time to time, falsely attributing his works to other sources. This book discusses several such issues.  The overall motive behind presenting this book to the readers is to illuminate some areas, which are seldom discussed or not discussed at all. I have also been making sustained effort to find proper place for Srimanta Sankaradeva in the all-India context. The presentations in this book have that purpose also as a...